Thb college,Jamugurihat,13,dec 2018 : জামুগুৰি হাট, ১৩ ডিচেম্বৰ: জামুগুৰি হাট, ১৩ ডিচেম্বৰ:অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) ৰ দ...
Thb college,Jamugurihat,13,dec 2018 :
জামুগুৰি হাট, ১৩ ডিচেম্বৰ:
জামুগুৰি হাট, ১৩ ডিচেম্বৰ:অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) ৰ দখললৈ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভা । ১২ ডিচেম্বৰ তাৰিখে মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক সহ 8(আঠ) টা পদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP) আৰু অখিল অসম গোৰ্খা ছাত্ৰ সন্থা(AAGSU)ৰ মিত্ৰজোঁট ৰ দখলত ।
আছুৰ বিপৰীতে এই সাধাৰণ নিৰ্বাচনত আছুৰ আৰু বহু দলে প্ৰাৰ্থীত্ব আগবঢ়াইছিল । সভাপতিৰ পদত মনুজ চেত্ৰী , সাস্কৃতিক সম্পাদক - নাৰায়ন কাকীকে ধৰি ৮ জন প্ৰাৰ্থীয়ে জয়লাভ কৰে নিৰ্বাচনত । ABVP ৰ দখললৈ অহাৰ পাচতে মহাবিদ্যালয়খনত বিয়লি এক বিজয় উল্লাস পৰিলক্ষিত হয় ।